পূব কামৰূপ মহাবিদ্যালয়
পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান ।[1] অঞ্চলটোৰ কেইগৰাকীমান আগৰণুৱা শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি আজিৰ দিনত সমগ্ৰ অসমৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে।
পূব কামৰূপ মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৭২ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড০ বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰী |
স্থান | বাইহাটা চাৰিআলি, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www.pubkamrupcollege.co.in |
বিভাগসমূহ
বিজ্ঞান
- পদাৰ্থবিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- পৰিসংখ্যা বিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- জৈৱ পদাৰ্থবিজ্ঞান
- ফুড প্ৰচেচিং এণ্ড কোৱালিটি মেনেজমেন্ট
- ছফটৱেৰ ডেভেলপমেন্ট এণ্ড চিষ্টেম এডমিনিষ্ট্ৰেশ্যন
কলা
- অসমীয়া
- ইংৰাজী
- ইতিহাস
- শিক্ষা
- অৰ্থনীতি বিজ্ঞান
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ভূগোল বিজ্ঞান
This article is issued from
Wikipedia.
The text is licensed under Creative
Commons - Attribution - Sharealike.
Additional terms may apply for the media files.