কোকৰাঝাৰ
কোকৰাঝাৰ (ইংৰাজী: Kokrajhar; হিন্দী: कोकराझाड़) অসমৰ কোকৰাঝাৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা। এইখন নগৰতে "বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ"ৰ মুখ্য কাৰ্যালয় অৱস্থিত। কোকৰাঝাৰ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।
এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে কোকৰাঝাৰ জিলা চাওক।
কোকৰাঝাৰ | |||||
— নগৰ — | |||||
স্থানাঙ্ক | 26.4°N 90.27°E | ||||
দেশ | ![]() | ||||
ৰাজ্য | অসম | ||||
পৌৰপতি | |||||
জনসংখ্যা | 31,152 (2001) | ||||
লিঙ্গ অনুপাত | 52:50 ♂/♀ | ||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||
মাটিকালি • উচ্চতা |
• 38 m (125 ft) | ||||
ক'ড
| |||||
ৱেবছাইট | kokrajhar.gov.in |
This article is issued from
Wikipedia.
The text is licensed under Creative
Commons - Attribution - Sharealike.
Additional terms may apply for the media files.